Amazon Best Deal

ঘৰটোৰ বিষয়

নমস্কাৰ মোৰ এই ঘৰটোলৈ আপোনালোকক স্বাগতম জনাইছো। এই ঘৰটোত আপোনালোকে পঢ়িবলৈ পাব বিভিন্ন ধৰণৰ অসমীয়া লেখ। ইয়াত লেখ, মন্তব্য বিচাৰ বুলি তিনিটা কোঠালি আছে। লেখ নামৰ কোঠালিটোত আপোনালোকে বিভিন্ন লেখ পঢ়িবলৈ পাব, মন্তব্য কোঠালীত আপোনালোকে সেই লেখ সমূহৰ আৰু অন্য ধৰণৰ বিষয়ৰ উপৰত কৰা মন্তব্যবোৰ পঢ়িবলৈ পাব আৰু বিচাৰ-ধাৰা কোঠালীত মোৰ কিছুমান বিচাৰ পঢ়িবলৈ পাব।  

ইয়াত মই কিছুমান ঠাইত বহুতো ইংৰাজী শব্দ ব্যৱহাৰ কৰিছো ইয়াৰ কাৰণ হল Keyword ranking। এইটো এটা Blogging ৰ Terms হয়। Blog আৰু Website থকা সকলে এইটো ভাল দৰে বুজি পাব।

"আছে জ্ঞান দেখোৱা নাই দেখালে জ্ঞান ৰক্ষা নাই"

এই ঘৰটোৰ মূল কথা, 

প্ৰকৃততে শেহত যি কৰ্ত্তব্য পন্থা তোমাৰ মনত শুদ্ধ বুলি বিবেচিত হব, তুমি তাকেহে গ্ৰহণ কৰা উচিত, তেহেলৈ সমগ্ৰ বিশ্বও যদি তোমাৰ বিপক্ষে থিয় দিয়ে।
এয়েই হৈছে সত্যাগ্ৰহ, এয়েই হৈছে নেতৃত্ব। 
I am coming nearer to you every day.” (মহত্মা গান্ধী দেৱে বৰদৈলো দেৱক কোৱা কথা এষাৰ)




॥ ধন্যবাদ ॥
ঘৰটোৰ বিষয় ঘৰটোৰ বিষয় Reviewed by Paramartha on January 20, 2020 Rating: 5

No comments:

Powered by Blogger.